Under the initiative of Cultural committee, MDKG College, joyfully Celebrated Basanta Utshav, 2025 on 9th April. The occasion was inaugurated by Dr. Anupjyoti Bharali, Principal of MDKG College . All the faculties enthusiastically participated and made it a grand success.
মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ সাংস্কৃতিক সমিতিৰ উদ্যোগত আড়ম্বৰপূৰ্ণ ভাৱে ৯ এপ্ৰিল , ২০২৫ তাৰিখে বসন্ত উৎসৱ উদযাপন কৰা হয় ৷ মনোহাৰী পৰিয়ালৰ সকলো সদস্যই এই অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি মুখৰিত কৰি তোলে ৷